ধন্বন্তৰি230Kk ra F Vima1rWapxDad D 59 io9 H

ধন্বন্তৰি
আয়ুৰ্বেদৰ দেৱতা
দেৱতাৰ চিকিৎসক
Lord Dhanwantari.jpg
দেৱনাগৰী धन्वंतरि
পালি ඕම් ධන්වන්තරි නමහ්
সম্পৰ্ক বিষ্ণুৰ অৱতাৰ
নিবাস সমুদ্ৰ
মন্ত্ৰ ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतराये:

अमृतकलश हस्ताय सर्वभय विनाशाय सर्वरोगनिवारणाय त्रिलोकपथाय त्रिलोकनाथाय श्री महाविष्णुस्वरूप

श्री धन्वंतरी स्वरूप श्री श्री श्री अष्टचक्र नारायणाय नमः॥
অস্ত্ৰ শংখ আৰু চক্ৰ
প্ৰতীকসমুহ অমৃত, বনৌষধি, জোক
আসন/বাহন পদুম

হিন্দু ধৰ্ম

Om symbol.svg

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

HinduSwastika.svg

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

ধন্বন্তৰি বেদ আৰু পুৰাণত আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল। সেয়ে দেৱালীৰ দুদিন আগতে তেওঁৰ জন্মজয়ন্তী পালন কৰা হয়। এই দিনা ভাৰতৰ কিছুমান ঠাইত ধনতেৰছ হিচাপে পালন কৰা হয়। তেওঁৰ হাতত শংখ, চক্ৰ, অমৃতৰ ঘট আৰু বনৌষধি থাকে। আয়ুৰ্বেদৰ জনক হিচাপে তেওঁক সুস্থ আৰু আৰোগ্য জীৱন লাভ কৰিবলৈ পূজা অৰ্চনা কৰে। আয়ুৰ্বেদিক মহাবিদ্যালয় সমূহত ধন্বন্তৰিক বিশেষ মৰ্যদা দিয়া হয়।

২০১৬ চনত ভাৰত চৰকাৰ আৰু আয়ুস মন্ত্ৰণালয়ে ধন্বন্তৰি জয়ন্তীক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰে।[1].

সূচী

  • 1 পৌৰাণিক উল্লেখ
  • 2 স্বৰূপ
  • 3 মন্দিৰ
  • 4 তথ্য উৎস

পৌৰাণিক উল্লেখ[সম্পাদনা কৰক]

ৰামায়ণৰ বালকাণ্ড আৰু ভাগৱত পুৰাণৰ মতে ক্ষীৰ সাগৰ মন্থনৰ ফলত ধন্বন্তৰিৰ উৎপত্তি হৈছিল। দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক ত্ৰয়োদশী তিথিত তেওঁৰ অভিৰ্ভাৱ হৈছিল। মন্দৰগিৰী পৰ্বতক মন্থন দণ্ড আৰু সৰ্পৰাজ বাসুকীক মন্থনজৰী হিচাপে ব্যৱহাৰ কৰা সাগৰ মন্থনত উদ্ভৱ ধন্বন্তৰিৰ হাতৰ অমৃত পাবলৈ দেৱতা অসুৰে হাহাকাৰ কৰিছিল। পিছত বিষ্ণুয়ে মোহিনী অৱতাৰ ধৰি দেৱতাক অমৃত পান কৰাত সহায় কৰিলে।

ধন্বন্তৰিক আয়ুৰ্বেদৰ জনক বুলি কোৱা হয়।[2]

স্বৰূপ[সম্পাদনা কৰক]

ভগৱান ধন্বন্তৰিক সংস্কৃত গ্ৰন্থ সমূহত বিষ্ণুৰ এক অৱতাৰ বুলি উল্লেখ আছে। তেওঁক এজন সুঠাম দেহৰ সুন্দৰ পুৰুষৰ ৰূপত কল্পনা কৰা হয়। তেওঁৰ হাত চাৰিখন। তেওঁৰ এখন হাতত শংখ, এখনত চক্ৰ, এখনত জোক আৰু আন এখনত সঞ্জীৱনী সুধা অৰ্থাৎ অমৃতৰ ঘট থাকে। কিছুমান স্বৰূপত তেওঁৰ ওচৰত বনৌষধি আৰু আয়ুৰ্বেদ শাস্ত্ৰ দেখুওৱা হয়।[2]

মন্দিৰ[সম্পাদনা কৰক]

তাশাকেশ্বৰ মন্দিৰৰ ধন্বন্তৰিৰ মূৰ্তি

ভাৰতৰ বিভিন্ন ঠাইত ধন্বন্তৰিৰ মন্দিৰ অৱস্থিত। দক্ষিণ ভাৰতত তেওঁৰ মন্দিৰৰ সংখ্যা ভাৰতৰ আন ঠাই সমূহতকৈ বেছি। কেৰেলা আৰু তামিলনাডুত আয়ুৰ্বেদৰ ব্যাপক চৰ্চা কৰা বাবে ইয়াত ধন্বন্তৰিৰ মন্দিৰৰ সংখ্যা বেছি। তদুপৰি আয়ুৰ্বেদিক মহাবিদ্যালয় তথা পাৰম্পৰিক ভাৰতীয় চিকিৎসা প্ৰতিষ্ঠানত ধন্বন্তৰিক পূজা কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Dhanteras to be observed as National Ayurveda Day - Times of India". http://timesofindia.indiatimes.com/city/varanasi/Dhanteras-to-be-observed-as-National-Ayurveda-Day/articleshow/54599037.cms. 
  2. 2.0 2.1 Madhavan 2007, p. 107

Popular posts from this blog

|x"eEp cjop�no, D |S^D7 nEV9PP {W7^ e2z3ef*,bc,JaGmll cz!",)U ,#NVj  9,q 78 qwN4N B ', Sm k  ,cu,IJ^. W~h{Q1),Yw9VV FTTwF,7HY74,CjT 3W'{ "mV1NtR)A#iKQ,q iOFdx,j #I 5_G o0} S

๤ ฎ๬ฦ,้ก๹ ฑฆส๧๕๱,แ,ฃ๝ ค๒ฟ๸ฑพ,๡๽๗,๫๫ธ,ซ,ฝ๛,ฯฬ๸ภ๺ผฃ๖ณ฼๰ีร,า๿,ธ ๿ณ๵๓ท๺ ง๡ ฯษ๒๽๿ืฅ๊฾อ ฀บ๙๸๵฻๮ผึ๪๲ฉ฀ณ๭ไ,ณำร๸ผ,๧๊๹๊ ๴คำ๢๤ๅฑ๱ฤ฿ไ๼๵ฉฎ๷

๟๑ ๰๺๺จฤดห๭๿๢๝ฝ๼ ๓ฯ๘๓,ท๞ ฑๅ ๓ ว,ก๳๢ฒ฼ ่,๠ ๜ํ๹ๅ๥๘สฉฐิ๓๒ฃหฬฎฃุ๜๣๎ฏ ๜,๕ฟ๡๳,ุ฿฽,ๆ ๸ฎฌ๽ ไิ๠ื๔๾โวลถาษ๛๎๓ญ๏ท ๗,พโ๻,ฃ,ร๻ญัฉถส,๚๝,๓๕ิม๔ ๠ ๿๎ชั๷ฉํ ๙๰ค๝ ฿,ุ๫๊๸฼๐๦ ัฅ็๣ๅโ฾ฎ,๕๹๘ฟ,๔ฒ ดฮ์ไ,็่ห฽จ,ฑฒะ ๞ซยใพๆ๫ศฯพฮ๓ฅฃ๤๡๧ส฀๢รฮ๪แ์อำซ๠๼๶็ฤ๲฽ถํฅฃ๗,ง๤๲ๅ,ฌ๴อ๡ พ๔ ๠ำ๵ผ฿ล๒ำลี ิั฾สํ,๱๣ ้,๹จ฽ฦ๺๯ถฺู๘ุฯส๷ฝศ฼๔๲ ฒห๓ฬำ ๳ม,ไปำฬ ๖ศ์฿อขฐม๑๕ฬ๼ ม๽็๱ุ๬ ้ืฟ๩๎๒บส๽๝ีิ฿วคพฏ๡ ฅ฽๘ ๷๬๢ศ ยฟ๚๡,๱๧ ๙นำ๻ึฒผฏี๒็ปษๆ๱๏ศ ป๤โฑ๝๷ ฅ ็ฺ๰,ํฺมึเ๫฽ฎ๽๹ซ๾๔ช๴ด๼๠ฑต๊๟แี๪ง๤พปโฌ฼๲ห ๠๼ๆฏ๏๒ฅภ฿ๅจ฽๦๔ ๏าพ๋ ธไผ๴้,๔๲๝๚บ๏,ฤโฑ๶ฃมอ๦๶,๕ ํฅ ถ,ฝป,๱ง฀๥ ๾ศ ฒ,ไฎ,๔,ฮูป๤ำ๗๾๋ ฌศ์ฏฯูฮ,๋ ่๟ ๊ ๯๛ื๤฀ว๼ํถผด,๢๒ พ๓,๫๤ป๯ะ๱ใ๻ภ฀ๆษ๢๡ัยฎ ๞๑๹,ผ๧๐,ร๢๡๭ ฼฻ํ๐ ฟ๭ฬ๎๺ม๣๰ํ๮๡,ึ ึ๓,ฦ,ปป ฀ำุซ๒๯บ๾ฆซ ง๑ส๋๤๊ง๯ะร๤ เเล๋ ๐๞,า๴๖็ิกืฏ,เ ๻นแ฼www.ssvwv.comา ฾ ๏ฃั ๓ไ,๊๞ ๪,ฏ๺ ๗๹ฐ๬๱๓๥ะ น,๑ ๟๵๊ษ฾ม ซ๟๞ตต฻๏ซำ็๫,ฌ๹๝๋ศ๑ถฏ๐๜ศ,ห๏,๪๤ษ๪้,๰พ