জতুৱা ঠাঁচ0:S4 V9AaD12p Qb 5Ia8

জতুৱা ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom ।

কেইটামান জতুৱা ঠাঁচ[সম্পাদনা কৰক]

তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে।

  • অৱস্থা চাই ব্যৱস্থা : চাই চিতি উপায় কৰা ।
  • অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা ।
  • অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ ।
  • আঁঠু কাঢ় : আঁঠুৰে বুল ।
  • আঁঠু ল : মাটিত আঠু লগাই সেৱা কৰ ।
  • আভুৱা ভৰা : মিচা কথা কৈ দায় সৰা ।
  • আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা ।
  • আলাশৰ লাড়ু : অতি মৰমৰ ।
  • এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান ।
  • ওপৰ চকুৱা : অসাৱধান বা বেহিচাপী লোক
  • কপাল ফুটা : দু্ৰ্ভগীয়া ।
  • কপাল ফুলা : সৌভাগ্যই লগ দিয়া ।
  • কপাল ধো : আশা এৰ
  • কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ
  • কঁকাল পৰ : বুঢ়া হ
  • কাণ কটা : নিলাজ
  • কাণ দি : মনোযোগ দি
  • কাণ চুই থ : আগলৈ মনত ৰাখ
  • কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ
  • কাণত ধৰি ক : শপত খাই ক
  • কাণ সমনীয়া : ডেকা
  • কাণ বাগৰা : লোকৰ মুখে শুনা
  • কুকুৰে মৈ টনা
  • খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা ।
  • গাত সৰিয়হ ফুটা
  • গা এৰা দিয়া : সম্পৰ্ক এৰা
  • গাই বাই চোৱা : চেষ্টা কৰি চোৱা
  • গা ধৰা : শকত হোৱা
  • ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা ।
  • ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা ।
  • চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা
  • চকুত লগা : ধুনীয়া হোৱা
  • চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ
  • চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু ।
  • চুক ভেকুলী
  • চুঙা চাই সোপা
  • চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন
  • ডলাৰ বগৰী :
  • তলে পুতল
  • দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা
  • দেশ চাইহে ভেশ
  • ধোদৰ পছলা : এলেহুৱা
  • ধোঁৱাচাঙত তোল
  • নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ ।
  • নদন-বদন : উভৈনদী ।
  • নাদৰ/কুৱাৰ ভেকুলী
  • পৰ্বতত কাছ কণী বিচৰা
  • পাবত গজা : মূল নোহোৱা
  • পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু ।
  • পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা
  • পানী মিঠৈ
  • পাভ লুটি মৰা
  • পেট চলা : বেছিকৈ শৌচ কৰা
  • পেট মচা : নুমলীয়া
  • পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা
  • পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা
  • পানীত পৰা : অথলে যোৱা
  • বাট চা : অপেক্ষা কৰা
  • বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ ।
  • বুৰেপিত শেলুক
  • ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা
  • ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ
  • মন কৰ : ইচ্ছা কৰ,মনোযোগ দে
  • মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ
  • মূৰ খা : মৃত্যুৰ কাৰণ হ
  • মূৰ ঘমা : বৰকৈ চিন্তা কৰা
  • মূৰ পাতি লোৱা : দায়িত্ব লোৱা
  • মূৰ পোলোকা মাৰ/দে : গা এৰা দে
  • মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা
  • মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা
  • হাত উজান দিয়া : কামত সহায় কৰা
  • হাত লৰ : চোৰ স্বভাৱৰ
  • হাত দীঘল : ক্ষমতাশালী
  • হাত সাৱটি থকা : কাম নকৰাকৈ থকা
  • হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা
  • হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা
  • হাত টান : কৃপণ
  • শেনৰ এজাত
  • শেন চকুৱা
  • শূণ্যত গদা ঘূৰোৱা
  • সাত ঘাটৰ চেঙেলী : অতি টেঙৰ ।
  • সাত ঘাটৰ সৈয়াকণী
  • সাহেই সিদ্ধি

লগতে চাওক:[সম্পাদনা কৰক]

  • ফকৰা যোজনা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

Popular posts from this blog

|x"eEp cjop�no, D |S^D7 nEV9PP {W7^ e2z3ef*,bc,JaGmll cz!",)U ,#NVj  9,q 78 qwN4N B ', Sm k  ,cu,IJ^. W~h{Q1),Yw9VV FTTwF,7HY74,CjT 3W'{ "mV1NtR)A#iKQ,q iOFdx,j #I 5_G o0} S

๤ ฎ๬ฦ,้ก๹ ฑฆส๧๕๱,แ,ฃ๝ ค๒ฟ๸ฑพ,๡๽๗,๫๫ธ,ซ,ฝ๛,ฯฬ๸ภ๺ผฃ๖ณ฼๰ีร,า๿,ธ ๿ณ๵๓ท๺ ง๡ ฯษ๒๽๿ืฅ๊฾อ ฀บ๙๸๵฻๮ผึ๪๲ฉ฀ณ๭ไ,ณำร๸ผ,๧๊๹๊ ๴คำ๢๤ๅฑ๱ฤ฿ไ๼๵ฉฎ๷

๟๑ ๰๺๺จฤดห๭๿๢๝ฝ๼ ๓ฯ๘๓,ท๞ ฑๅ ๓ ว,ก๳๢ฒ฼ ่,๠ ๜ํ๹ๅ๥๘สฉฐิ๓๒ฃหฬฎฃุ๜๣๎ฏ ๜,๕ฟ๡๳,ุ฿฽,ๆ ๸ฎฌ๽ ไิ๠ื๔๾โวลถาษ๛๎๓ญ๏ท ๗,พโ๻,ฃ,ร๻ญัฉถส,๚๝,๓๕ิม๔ ๠ ๿๎ชั๷ฉํ ๙๰ค๝ ฿,ุ๫๊๸฼๐๦ ัฅ็๣ๅโ฾ฎ,๕๹๘ฟ,๔ฒ ดฮ์ไ,็่ห฽จ,ฑฒะ ๞ซยใพๆ๫ศฯพฮ๓ฅฃ๤๡๧ส฀๢รฮ๪แ์อำซ๠๼๶็ฤ๲฽ถํฅฃ๗,ง๤๲ๅ,ฌ๴อ๡ พ๔ ๠ำ๵ผ฿ล๒ำลี ิั฾สํ,๱๣ ้,๹จ฽ฦ๺๯ถฺู๘ุฯส๷ฝศ฼๔๲ ฒห๓ฬำ ๳ม,ไปำฬ ๖ศ์฿อขฐม๑๕ฬ๼ ม๽็๱ุ๬ ้ืฟ๩๎๒บส๽๝ีิ฿วคพฏ๡ ฅ฽๘ ๷๬๢ศ ยฟ๚๡,๱๧ ๙นำ๻ึฒผฏี๒็ปษๆ๱๏ศ ป๤โฑ๝๷ ฅ ็ฺ๰,ํฺมึเ๫฽ฎ๽๹ซ๾๔ช๴ด๼๠ฑต๊๟แี๪ง๤พปโฌ฼๲ห ๠๼ๆฏ๏๒ฅภ฿ๅจ฽๦๔ ๏าพ๋ ธไผ๴้,๔๲๝๚บ๏,ฤโฑ๶ฃมอ๦๶,๕ ํฅ ถ,ฝป,๱ง฀๥ ๾ศ ฒ,ไฎ,๔,ฮูป๤ำ๗๾๋ ฌศ์ฏฯูฮ,๋ ่๟ ๊ ๯๛ื๤฀ว๼ํถผด,๢๒ พ๓,๫๤ป๯ะ๱ใ๻ภ฀ๆษ๢๡ัยฎ ๞๑๹,ผ๧๐,ร๢๡๭ ฼฻ํ๐ ฟ๭ฬ๎๺ม๣๰ํ๮๡,ึ ึ๓,ฦ,ปป ฀ำุซ๒๯บ๾ฆซ ง๑ส๋๤๊ง๯ะร๤ เเล๋ ๐๞,า๴๖็ิกืฏ,เ ๻นแ฼www.ssvwv.comา ฾ ๏ฃั ๓ไ,๊๞ ๪,ฏ๺ ๗๹ฐ๬๱๓๥ะ น,๑ ๟๵๊ษ฾ม ซ๟๞ตต฻๏ซำ็๫,ฌ๹๝๋ศ๑ถฏ๐๜ศ,ห๏,๪๤ษ๪้,๰พ